বন্ধু-বান্ধৱীসকল প্ৰথমে আপোনাক স্বাগতম জনাইছো আমাৰ এই ৱেবছাইটত বিজিট কৰাৰ বাবে আৰু লগতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই প্ৰবন্ধটোত আমি জানিবলৈ গৈ আছো Hostinger ৰ পৰা কেনেকৈ Web Hosting ক্ৰয় কৰিব?

যদি আপুনি আপোনাৰ Blog ৱেবছাইট WordPress ত আৰম্ভ কৰিব বিচাৰে তেনেহলে ইয়াৰ বাবে আপোনাৰ Best Web Hosting ৰ প্ৰয়োজন হ’ব। ভাল Hosting ৰ বাবে আপোনাৰ বহুত টকা Invest কৰিব লাগিব, এই সমস্যা সমাধানৰ কৰাৰ বাবে আমি আপোনাক এটা ভাল Web Hosting Provider Company বিষয়ে ক’বলৈ গৈ আছো। যদি আপুনি কম দামত ভাল Web Hosting ক্ৰয় কৰিব বিচাৰে তেনেহলে আপুনি সঠিক পোষ্টটো পঢ়িবলৈ গৈ আছে।

Hostinger হৈছে এনে এটা Hosting Provider Company যিয়ে আপোনাক Affordable price ত ভাল Hosting প্ৰদান কৰে আৰু ইয়াৰ লগতে বিনামূলীয়াকৈ ডমিন নেম আৰু এছ এছ এল চাৰ্টিফিকেট (Free Domain Name and SSL Certificate) প্ৰদান কৰে।

ইন্টাৰনেটত আপুনি বহুতো ৱেবছাইট দেখিবলৈ পাব যৰ পৰা আপুনি Hosting ক্ৰয় কৰিব বা কিনিব পাৰিব। ইয়াৰ ভিতৰত Bluehost, A2 Hosting, Cloudways, Sitecountry, NeamCheap আৰু বহুতো ৱেবছাইট আছে যৰ পৰা আপুনি Hosting ক্ৰয় কৰিব পাৰে।

Read More Article

GoDaddy ৰ পৰা কেনেকৈ Domain Name ক্ৰয় কৰিব?

YouTube ৰ পৰা MP3 Songs কেনেকৈ Download কৰিব?

যদিও ইন্টাৰনেটত বহুত Hosting উপলব্ধ আছে কিন্তু এই সকলো‌বোৰ Hosting নতুন যিসকল ব্লগ আৰম্ভ কৰিব বিচাৰে বা নতুনকৈ ব্লগ আৰম্ভ কৰিছে তেওঁ WordPress ত Shift হ’ব বিচাৰে। এনে অৱস্থাত তেওঁলোকৰ বাবে Affordable price ত উপলব্ধ নহয়।

যদি নতুন ব্লগাৰে WordPress ত ব্লগিং আৰম্ভ কৰিব বিচাৰে বা ইতিমধ্যে ব্লগিং আৰম্ভ কৰিছে আৰু তেওঁ WordPress ত shift হ’ব বিচাৰে তেনেহলে এই ক্ষেত্ৰত আপোনাৰ বাবে Hostinger‌ Provider Company ভাল হ’ব। গতিকে আহক Hostinger ৰ বিষয়ে বিস্তাৰিত আলোচনা কৰোঁ আৰু ইয়াৰ লগতে আপোনাৰ সকলো সমস্যাৰ সমাধান বিষয়ে আলোচনা কৰোঁ।

Hostinger কি?

Hostinger হৈছে এটা Domain আৰু Hosting Provider Company, যিটো ২০০৪ চনত আৰম্ভ কৰা হৈছিল। এইটো এটা আমেৰিকাৰ কোম্পানী আৰু এই কোম্পানীৰ নাম প্ৰথমে Hosting Media ৰখা হৈছিল আৰু ইয়াৰ পিছত ইয়াৰ নাম সলনি কৰি Hostinger ৰখা হৈছিল।

Hostinger কোম্পানীৰ Hosting পৃথিৱীত ১৭৫ টা দেশত ব্যৱহাৰ কৰা হয় আৰু বৰ্তমান ইয়াৰ ব্যৱহাৰকাৰীৰ সংখ্যা ২৯ মিলিয়নতকৈ অধিক। এই কোম্পানীত প্ৰতিদিনে প্ৰায় ‌১০ হেজাৰতকৈ অধিক ৱেবছাইট বনোৱা হয়। Hostinger কোম্পানীয়ে আপোনাক কম মূল্যত ভাল Hosting প্ৰদান কৰে।

কিন্তু Hostinger ত আপুনি cPanel ৰ সুবিধা লাভ কৰিব নোৱাৰে। ইয়াত আপুনি cPanel ৰ সলনি Hpanel ৰ সুবিধা লাভ কৰিব পাৰিব। যিটো ব্যৱহাৰ কৰাত‌ সহজ আৰু সৰল হ’ব। এইটো এটা Advance, Perfect আৰু ভাল Hosting যিটো আপুনি ক্ৰয় কৰিব পাৰে।

Hostinger Features- Hostinger India Review in Assamese

Hostinger ৰ সকলোবোৰ সুবিধাৰ বিষয়ে জনাৰ বাবে আপুনি ইয়াৰ Features ৰ বিষয়ে জনা উচিত। এইটো জনাৰ পিছত আপুনি বুজি পাব কিয় Hostinger ৰ Hosting ক্ৰয় কৰিব?

কম মূল্যত Shared Hosting
Hostinger ত আপুনি Sahred Hosting মাত্ৰ ৭৯ টকাত প্ৰতি মাহৰ বাবে লাভ কৰিব পাৰিব, যিটো নতুন ব্লগাৰৰ বাবে Affordable price হ’ব। যিকোনো নতুন ব্লগাৰে কম মূল্যত Shared Hosting ক্ৰয় কৰি WordPress ত তেওঁৰ ব্লগিং কেৰিয়াৰ আৰম্ভ কৰিব পাৰে।

কিন্তু যদি আপুনি Premium Web Hosting Plan ক্ৰয় কৰে তেন্তে ইয়াৰ লগত‌ আপুনি Free Domain লাভ কৰিব পাৰিব। কিন্তু আপুনি ইয়াত এটা চৰ্ত দেখিবলৈ পাব- যদি আপুনি ১ বছৰৰ বাবে Premium Web Hosting Plan ক্ৰয় কৰে তেনেহলে আপুনি ১ বছৰ বাবে top level domain লাভ কৰিব পাৰিব।

Customer Support
Hostinger কোম্পানীত Customer Support বহুত ভাল। ইয়াত আপুনি ২৪×৭ অৰ্থাৎ এক সপ্তাহৰ সাতোটা দিনত ২৪ ঘন্টাৰ বাবে এই কোম্পানীটোৱে আপোনাক সহায় আগবঢ়ায়। আপোনাৰ যিকোনো সমস্যাৰ সমাধান বা প্ৰশ্নৰ উত্তৰ মাত্ৰ ৫ মিনিটৰ ভিতৰতে লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও যদি আপোনাৰ ৱেবছাইটত কোনো Technical Issue দেখিবলৈ পায়, তেনেহলে এনে ক্ষেত্ৰত Hostinger আপোনাৰ সমস্যাৰ সমাধান কৰিব।

Free SSL Certificate
Hostinger য়ে আপোনাক প্ৰতিটো Paln ৰ বাবে বিনামূলীয়াকৈ এছ এছ এল চাৰ্টিফিকেট প্ৰদান কৰে। যদি আপুনি ৭৯ টকাৰ Single Web Hosting ক্ৰয় কৰে তথাপিও আপুনি ইয়াৰ লগত ২৫৯ টকাৰ বিনামূলীয়াকৈ এছ এছ এল চাৰ্টিফিকেট লাভ কৰিব পাৰিব।

Bandwidth and SSD Storage
Hostinger কোম্পানীয়ে আপোনাক Single Web Hosting Plan ত ৩০ জিবিৰ এছ এছ ডি ষ্টৰেজ প্ৰদান কৰে আৰু Premium বা Business Web Hosting Plan ত ১০০ আৰু ২০০ জিবি এছ এছ ডি ষ্টৰেজৰ সুবিধা প্ৰদান কৰে।
Bandwidth ৰ বিষয়ে ক’বলৈ গ’লে ই আপোনাক single plan ৰ বাবে ১০০ জিবি আৰু Premium আৰু Business প্লানৰ বাবে Unlimited Bandwidth ৰ সুবিধা লাভ কৰিবলৈ সুবিধা দিয়ে।

Good Uptime
Hostinger য়ে আপোনাক ৯৯.৯৯% Website Uptime ৰ Guarantee দিয়ে। অৰ্থাৎ আপোনাক দিয়া Server কিমান সময়ৰ বাবে লাইভ থাকে।

30 Days Money back Guarantee
আপুনি Hostinger ৰ পৰা Hosting ক্ৰয় কৰাৰ পিছত যদি আপুনি ইয়াক পছন্দ নকৰে তেনেহলে আপুনি ইয়াক ৩০ দিনৰ ভিতৰতে Cancel কৰিব পাৰে। আপুনি Hosting Cancel কৰাৰ পিছত ৩০ দিনৰ ভিতৰতে আপোনাৰ টকা Return পাব। Hosting ক্ৰয় কৰাৰ সময়ত যিটো Payment method ব্যৱহাৰ কৰিছিলে সেইটোত‌ আপোনাৰ টকা ঘূৰাই দিয়া হ’ব।

Hostinger Plan & Price

Hostinger হৈছে এটা অতি কম মূল্যৰ Web Hosting কোম্পানী। যিয়ে আপোনাক সময়ে সময়ে অফাৰ আৰু ডিছকাউন্ট দি থাকে। Single Share Hosting আপুনি ইয়াত কম মূল্যত লাভ কৰিব পাৰিব। প্ৰতি মাহত আপুনি ৭৯ টকাৰ বিনিময়ত‌ লাভ কৰিব পাৰে।

Share Hosting ত আপুনি তিনি ধৰণৰ প্লান দেখিবলৈ পাব। ইয়াত আপুনি Single Share Hosting ৭৯ টকাত প্ৰতি মাহত, Premium Web Hosting ১৭৯ টকাত প্ৰতি মাহত আৰু Business Web Hosting ২৭৯ টকা প্ৰতি মাহৰ বাবে লাভ কৰিবলৈ পাব।

যদি আপুনি ইয়াক বেলেগ বেলেগ Hosting Provider Company ৰ লগত তুলনা কৰে তেন্তে আপুনি ইয়াক অতি কম মূল্যত প্ৰদান কৰা‌ দেখিবলৈ পাব। সেই বাবে প্ৰথমে আমি আপোনাক কৈছিলো যে, Hostinger কোম্পানীয়ে আপোনাক কম মূল্যত ভাল Hosting ৰ সুবিধা প্ৰদান কৰে।

Hostinger ত Share Hosting উপৰিও আপুনি WordPress Hosting, Cloud Hosting আৰু VPS hosting দেখিবলৈ পাব। তলত Hostinger ৰ Share Hosting প্লান আমি চাৰ্টৰ সহায়ত উল্লেখ কৰিছো।

Hostinger Shared Hosting Plan Chart

Single Web Hosting Premium Web Hosting Business Web Hosting
1 Website 100 Website 100 Website
30 GB SSD Storage 100 GB SSD Storage 200 GB SSD Storage
1 Email Account Free Email (100) Free Email (100)
Free SSL Certificate Free SSL Certificate Free SSL Certificate
100 GB Bandwidth Unlimited Bandwidth Unlimited Bandwidth
2 Databases Unlimited Databases Unlimited Databases
10000 Visits Monthly 25000 Visits Monthly 100000 Visits Monthly
Χ Free Domain Free Domain Free Domain
Managed WordPress Managed WordPress Managed WordPress
WordPress Acceleration WordPress Acceleration WordPress Acceleration
30 days Money Back Guarantee 30 days Money Back Guarantee 30 days Money Back Guarantee
GIT Access GIT Access GIT Access
X SSH Access SSH Access  SSH Access
Weakly Backups Weakly Backups Daily Backups
X Free CDN X Free CDN Free CDN
Cloud flare Protection Cloud flare Protection Cloud flare Protection
24/7/365 Support 24/7/365 Support 24/7/365 Support
99.99% Uptime 99.99% Uptime 99.99% Uptime
Access Manager Access Manager Access Manager
2 Subdomains 100 Subdomains 100 Subdomains
1 FTP Account  Unlimited FTP Account  Unlimited FTP Account
2 Cronjobs  Unlimited Cronjobs  Unlimited Cronjobs
Price-Rs. 79 Per Month Price- Rs.179 Per Month Price-Rs.279 Per Month

Hostinger ৰ পৰা কেনেকৈ Web Hosting ক্ৰয় কৰিব?

যদি আপুনি Hostinger ৰ পৰা Web Hosting Plan ক্ৰয় কৰি এটা ধুনীয়া ৱেবছাইট বনাবলৈ ভাবি আছে তেনেহলে আপুনি তলত উল্লেখ কৰা পদক্ষেপসমূহ অনুসৰণ কৰিব। ইয়াত আমি Step by step আলোচনা কৰিছোঁ, কেনেকৈ আপুনি Hostinger ৰ পৰা Web Hosting Plan ক্ৰয় কৰিব?

প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browser ৰ সহায়ত এই www.hostinger.in ৱেবছাইটত বিজিট কৰক। আপুনি পোনপটীয়াকৈ এই www.hostinger.in লিংকত ক্লিক কৰিব পাৰে।

Hostinger ৱেবছাইটত বিজিট কৰাৰ লগে লগে আপুনি এটা অফাৰৰ বেনাৰ দেখিবলৈ পাব য’ত আপুনি ‘Start Now‘ ত ক্লিক কৰিব লাগিব।

Hostinger offerStart Now ত ক্লিক কৰাৰ লগে লগে আপুনি Hosting Plan দেখিবলৈ পাব। ইয়াত আপুনি তিনি ধৰণৰ প্লান দেখিবলৈ পাব য’ত Single Web Hosting, Premium Web Hosting আৰু Business Web Hosting, ইয়াৰ পৰা আপোনাৰ পছন্দৰ প্লান বাছনি কৰি ল’ব।

Hostinger Web HostingHosting বাছনি কৰি লোৱাৰ পিছত ‘Add to Cart’ ত ক্লিক কৰিব। ইয়াৰ পিছত আপুনি Hosting ৰ Year বাছনি কৰি ল’ব অৰ্থাৎ কিমান বছৰৰ বাবে আপুনি ক্ৰয় কৰিব।Hostinger hosting and domain registration এই পেজটোতেই আপোনাৰ domain name বহুৱাই দিব আৰু যদি আপোনাৰ ওচৰত Domain নাথাকে তেনেহলে আপুনি ইয়াৰ পৰা domain ক্ৰয় কৰি ল’ব পাৰে। এই সকলোবোৰ কাম কৰাৰ পিছত আপুনি ‘Checkout Now’ ত ক্লিক কৰিব লাগিব।

ইয়াৰ পিছত আপোনাক Hostinger ত একাউণ্ট বনাবলৈ ক’ব। আপুনি Facebook, Google আৰু Email Id ব্যৱহাৰ কৰি একাউণ্ট বনাই ল’ব পাৰে।Hostinger Payment Methodsএকাউণ্ট বনাই লোৱাৰ পিছত আপুনি এতিয়া পৰিশোধ (Payment) কৰিব লাগিব। আপুনি পেমেন্ট কৰিবলৈ UPI, Credit card, Debit Card, Net Banking, Wallet, Google Pay, PayPal, Visa Card, Master Card এইবোৰ ব্যৱহাৰ কৰিব পাৰে। পেমেন্ট সম্পূৰ্ণ হোৱাৰ পিছত আপুনি আপোনাৰ Hosting ব্যৱহাৰ কৰিব পাৰে।

FAQs

Hostinger ৰ Server লেহেম হয় নে?

Hostinger ৰ ছাৰ্বৰ Single Web Hosting ৰ ক্ষেত্ৰত লেহেম হয়। কিন্তু ইয়াৰ Premium Web Hosting আৰু Business Hosting Plan ৰ ক্ষেত্ৰত লেহেম নহয় অৰ্থাৎ ইয়াৰ Speed বহুত বেছি।

Hostinger এটা ভাল Host হয় নে?

হয়, আপুনি আপোনাৰ ৱেবছাইটো Hostinger ত host কৰিব পাৰে। ইয়াৰ Premium Web Hosting Plan আৰু Business Web Hosting Plan ৱেবছাইট host কৰাৰ বাবে ভাল।

Hostinger Secure হয় নে?

হয়, Hostinger secure কাৰণ ইয়াত Cloud Flaire Security Protection দিয়ে।

সামৰণি (Conclusion)

গতিকে বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল Hostinger ৰ পৰা কেনেকৈ Web Hosting ক্ৰয় কৰিব? মই আশা কৰোঁ আপুনি Hostinger ৰ পৰা কেনেকৈ Web Hosting ক্ৰয় কৰিব? বুজি পাইছে আৰু আপুনি এই প্ৰবন্ধটো ভাল পাব, যদি আপুনি এই প্ৰবন্ধটো ভাল পায়।

আপুনি ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিব আৰু ৱেবছাইটৰ বেল ঘণ্টাও (Bell Icon) অন কৰিব যাতে আপুনি অদূৰ ভৱিষ্যতে কোনো প্ৰবন্ধ বাদ নিদিয়ে কাৰণ আমি আপোনাৰ বাবে প্ৰতিদিনে এনে সহায়ক প্ৰবন্ধ আনিছো। যদি আপোনাৰ এই প্ৰবন্ধটোত কোনো সমস্যা আছে Hostinger ৰ পৰা কেনেকৈ Web Hosting ক্ৰয় কৰিব?, আপুনি আমাক মন্তব্য (Comment) কৰি সুধিব পাৰে, ধন্যবাদ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here