বন্ধু-বান্ধৱীসকল, আজিৰ এই প্ৰবন্ধটোত আমি জানিবলৈ গৈ আছোঁ, Instagram Account কেনেকৈ বনাব? (How to Create Instagram Account in Assamese?) যদি আপুনি এতিয়ালৈকে Instagram Account বনোৱা নাই আৰু বনাবলৈ ইচ্ছা কৰি আছে তেন্তে আপুনি সঠিক পোষ্টটো পঢ়ি আছে।

কিয়নো এই পোষ্টটোত Instagram Account কেনেকৈ বনাব? সেই বিষয়ে অসমীয়াত তথ্য দিবলৈ গৈ আছোঁ। গতিকে সময়‌ নষ্ট নকৰি বলক আজিৰ এই প্ৰবন্ধটোলৈ আগবাঢ়ো।

Instagram ৰ বিষয়ে ধাৰণা

আপুনি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browser ৰ সহায়ত Instagram Account বনাব পাৰে। আজি কালি Online Internet ত‌ Instagram ৰ ব্যৱহাৰ দিনে দিনে বৃদ্ধি পাই আছে। আজিৰ সময়ত প্ৰায় সকলো ব্যক্তিয়ে তেওঁলোকৰ মোবাইল ফোনত Instagram App ব্যৱহাৰ কৰে।

আপুনি Instagram ত Photo, Video আদি Upload কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি আপোনাৰ বন্ধুবৰ্গকৰ সৈতে Chat কৰিব পাৰিব। আপুনি Photo ত Likes, Comments, Share কৰিব পাৰে। ইয়াত আপুনি আপোনাৰ বন্ধুবৰ্গক Friends Request আৰু Follow কৰিব পাৰে।

Read More Article

Aadhaar PVC Card কেনেকৈ আবেদন কৰিব?

Instagram ত আপুনি কেৱল আপোনাৰ Photo আৰু Video হে শ্বেয়াৰ কৰিব পাৰে। ইয়াত আপুনি মাত্ৰ ৬০ ছেকেণ্ডৰ ভিডিঅ’ আপলোড কৰিব পাৰে। আহিবলগীয়া সময়ত ইয়াৰ সুবিধাসমূহ কম বা বেছি হ’ব পাৰে। কিন্তু বৰ্তমান সময়ত মাত্ৰ ১ মিনিটৰ ভিডিঅ’হে আপলোড কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, আজিৰ এই পোষ্টটোত Instagram ৰ সকলো সুবিধাৰ বিষয়ে বিস্তাৰিত জানিবলৈ পাৰিব।

Instagram Account কেনেকৈ বনাব?

Android Mobile Phone ত কেনেকৈ Instagram ব্যৱহাৰ কৰিব?, Mobile Phone ত কেনেকৈ Instagram ID বনাব? এই সকলোবোৰ প্ৰশ্ন হয়তো ইতিমধ্যে আপোনাৰ মনত উদয় হৈছে। যদি এই প্ৰশ্নবোৰ আপোনাৰ মনত উদয় হৈছে তেন্তে আপুনি সঠিক পোষ্টটো পঢ়িবলৈ গৈ আছে।

এই পৃথিৱীত বিভিন্ন ধৰণৰ Social Media Platform আছে যেনে- WhatsApp, Facebook, Tiktok, Snake Video, Josh App, Twitter, ইত্যাদি। ইয়াৰ উপৰিও Pinterest, Skype, Snapchat, Wechat দৰে আৰু বহুতো Social Media Platform আছে।

কিন্তু এইবোৰৰ ভিতৰত Instagram হৈছে Photo আৰু Video শ্বেয়াৰ কৰাৰ বাবে Popular App। গতিকে আহক ইয়াত Account বনোৱা শিকো।

Instagram Account কি?

Instagram হৈছে Facebook ৰ দৰে Social Media App, যিটো আন অ্যাপৰ‌ দৰেই কাম কৰে। Instagram ক Facebook কোম্পানীয়ে ক্ৰয় কৰি লৈছে। গতিকে ইয়াত আপুনি আপোনাৰ একাউণ্ট Facebook Account ৰ জৰিয়তে বনাব পাৰে। ইয়াৰ উপৰিও আপুনি আপোনাৰ মোবাইল নম্বৰ বা ইমেইল আইডিৰ জৰিয়তে ইয়াত একাউণ্ট বনাব পাৰে।

যদি আপুনি আপোনাৰ বাবে এটা Instagram Account বনাব বিচাৰে তেন্তে আপুনি তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰক।

● Instagram ত Account এটা বনোৱাৰ বাবে প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোনত Google Play Store পৰা Instagram App টো ডাউনলোড কৰিব আৰু তাৰ পিছত ইয়াক আপোনাৰ মোবাইল ফোনত ইনষ্টল কৰিব।

● আপুনি পোনপটীয়াকৈ https://play.google.com/store/apps/details?id=com.instagram.android এই লিংকত ক্লিক কৰি ইনষ্টল কৰিব পাৰে।

How to create Instagram Account?● App Install কৰাৰ পিছত প্ৰথমে আপুনি Instagram App টো Open কৰিব।

● Instagram App টো Open কৰাৰ পিছত আপুনি দুটা Option দেখিবলৈ পাব।

১. Facebook Account ৰ জৰিয়তে Connect বা Sign up কৰিব পাৰে আৰু
২. Phone number বা Email ID ৰ জৰিয়তে Sign up কৰিব পাৰে।

Instagram Account● যদি আপুনি Facebook ৰ সহায়ত Connect কৰি Instagram ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপুনি ‘Facebook’ Option বাছনি কৰি ল’ব। কিন্তু যদি আপুনি Facebook ৰ সহায়ত Connect কৰিব বিচৰা নাই তেন্তে আপুনি Mobile Number বা Email ID জৰিয়তে Sign up কৰিব পাৰে। ইয়াত মই আপোনাক মোবাইল নম্বৰৰ সহায়ত Sign up কৰি দেখুৱাইছো।

● প্ৰথমে আপুনি আপোনাৰ মোবাইল নম্বৰ, নাম, Username আৰু Password বহুৱাব আৰু Next ত ক্লিক কৰিব।

● তাৰ পিছত আপুনি আপোনাৰ Date of birth বহুৱাই Next ত ক্লিক কৰিব।

● ইয়াৰ পিছত আপুনি আপোনাৰ Profile photo Upload কৰাৰ বাবে Add Profile photo ত ক্লিক কৰিব আৰু ‘Photo’ Upload কৰিব। আপলোড সম্পূৰ্ণ হোৱাৰ পিছত Next ত ক্লিক কৰিব।

● এতিয়া আপুনি যাক Follow কৰিব বিচাৰে, তাক Follow কৰিব।

● আপুনি আপোনাৰ ভাষা বাছনি কৰি ল’ব। এই সকলোবোৰ কাম সম্পূৰ্ণ কৰিলে আপোনাৰ একাউণ্ট বনোৱা হৈ যাব। এনেকৈ আপুনি আপোনাৰ Instagram Account বনাব পাৰে।

সামৰণি (Conclusion)

গতিকে বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল Instagram Account কেনেকৈ বনাব?, মই আশা কৰোঁ আপুনি Instagram Account কেনেকৈ বনাব?, বুজি পাইছে আৰু আপুনি এই প্ৰবন্ধটো ভাল পাব, যদি আপুনি এই প্ৰবন্ধটো ভাল পায়।

আপুনি ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিব আৰু ৱেবছাইটৰ বেল ঘণ্টাও (Bell Icon) অন কৰিব যাতে আপুনি অদূৰ ভৱিষ্যতে কোনো প্ৰবন্ধ বাদ নিদিয়ে কাৰণ আমি আপোনাৰ বাবে প্ৰতিদিনে এনে সহায়ক প্ৰবন্ধ আনি আছো। যদি আপোনাৰ এই প্ৰবন্ধটোত কোনো সমস্যা আছে Instagram Account কেনেকৈ বনাব?, আপুনি আমাক মন্তব্য (Comment) কৰি সুধিব পাৰে, ধন্যবাদ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here