বন্ধু-বান্ধৱীসকল‌, প্ৰথমে আপোনাক স্বাগতম জনাইছো আমাৰ এই techinasssamese.com ৱেবছাইটত বিজিট কৰাৰ বাবে আৰু লগতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই পোষ্টটোত আমি জানিবলৈ গৈ আছোঁ Microsoft Translator কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব?

এই পৃথিৱীত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰে আৰু তেওঁলোকে কোৱা ভাষা বিভিন্ন ধৰণৰ হয়। এজন মানুহৰ ক্ষেত্ৰত প্ৰতিটো ভাষা জনা সম্ভৱ নহয়। এই পৃথিৱীত বৰ্তমান ৬,৫০০ ত কৈ অধিক ভাষা আছে। গতিকে এজন মানুহে এই সকলোবোৰ ভাষা শিকিব নোৱাৰে বা জনা সম্ভৱ নহয়। কিন্তু আপুনি Microsoft Translator ৰ জৰিয়তে এই ভাষাসমূহ আপোনাৰ নিজৰ ভাষাত Translate কৰি‌ব পাৰে আৰু জানিব পাৰে।

আজিৰ এই পোষ্টটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ’ব। কিয়নো ইয়াত আপুনি মাইক্ৰছপ Translator App কি? আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব, এই বিষয়ে সকলো তথ্য জানিবলৈ পাব। গতিকে আহক আমি এই বিষয়ে বিস্তাৰিত আলোচনা কৰোঁ।

Microsoft Translator কি?

Microsoft Translator হৈছে এটা ভাষা অনুবাদ কৰা অ্যাপ অৰ্থাৎ মাইক্ৰছপ Translator App সহায়ত আপুনি ভাষা Translate কৰিব পাৰে। ইয়াত আপুনি অনলাইন বা অফলাইনত ৭০ ত কৈ অধিক ভাষা অনুবাদ কৰিব পাৰে। Microsoft Translator App সম্পূৰ্ণৰূপে বিনামূলীয়া। ইয়াত আপুনি Text, voice, conversation, photo আৰু Screenshot আদি অতি সহজেই যিকোনো ভাষাত অনুবাদ কৰিব পাৰে।

মাইক্ৰোছপ Translator ত আপুনি ভাষা অনুবাদ কৰাৰ উপৰিও ইয়াত আপুনি অফলাইনত ভাষা ডাউনলোড কৰিব পাৰে। Microsoft Translator ব্যৱহাৰ আপুনি অসমীয়াৰ পৰা বাংলা, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষা‌লৈ অনুবাদ কৰিব পাৰে। তলত ইয়াৰ বিষয়ে বিস্তাৰিত আলোচনা কৰা হৈছে।

About Microsoft Translator App

Application Name Microsoft Translator
Download Size 64 MB
Current Version 4.0.498i cb1b161d
Downloads 50 Million +
Released on 6 August, 2015
Offered By Microsoft Corporation
Ratings & Reviews 4.6 (575k)
Updated On 28 June, 2021

Microsoft Translator App ৰ features

ই সম্পূৰ্ণৰূপে বিনামূলীয়া আৰু প্লেষ্টোৰত উপলব্ধ।

ইয়াত আপুনি Text, photo, conversation, screenshot আৰু voice আদি ব্যৱহাৰ কৰা যিকোনো ভাষালৈ অনুবাদ কৰিব পাৰে।

ইয়াত আপুনি ৭০ তকৈ অধিক ভাষা অনলাইন বা অফলাইনত অনুবাদ কৰিব পাৰে।

এই অ্যাপৰ সহায়ত আপুনি যিকোনো ফটোৰ পৰা Text লৈ Convert কৰিব পাৰে আৰু ইয়াক যিকোনো ভাষালৈ অনুবাদ কৰিব পাৰে।

ইয়াত আপুনি অফলাইনত ভাষা ডাউনলোড কৰিব পাৰে।

এই অ্যাপ ব্যৱহাৰ কৰি আপুনি এটা ভাষাৰ‌ পৰা আন এটা ভাষালৈ অতি সহজেই‌ অনুবাদ কৰিব পাৰে।

মাইক্ৰচফ্ট translator ত আপুনি ভাষা অনুবাদ কৰি আপোনাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব পাৰিব।

Microsoft Translator App Supported languages

Assamese Bangla Hindi English
Afrikaans Albanian Amharic Arabic
Armenian Azerbaijani Bosnian Bulgarian
Cantonese Catalan Chinese Simplified Chinese Traditional
Croatian Czech Danish Dari
Dutch Estonian Fijian Filipino
French German Greek Gujarati
Haitian Creole Hebrew Hmong Daw Hungarian
Icelandic Inuktitut Irish Italian
Japanese Kannada Kazakh Khmer
Klingon (Latin) Klingon (plqad) Korean Kurdish (Central)
Kurdish (Northern) Lao Latvian Lithuanian
Malagasy Malay Malayalam Maltese
Maori Marathi Myanmar Nepali
Norwegian Odia Pashto Persian
Polish Portuguese (Brazil) Portuguese (Portugal) Punjabi
Queretaro Otomi Romanian Russian Samoan
Serbian (Cyrillic) Serbian (Latin) Slovak Slovenian
Spanish Swahili Swedish Tahitian
Tamil Telugu Thai Tigrinya
Tongan Turkish Ukrainian Urdu
Vietnamese Welsh Yucatec Maya

Microsoft Translator App কেনেকৈ ডাউনলোড কৰিব?

যদি আপুনি Microsoft Translator App ডাউনলোড কৰি ব্যৱহাৰ কৰিব বিচাৰে আৰু ইয়াৰ পৰা আনন্দ ল’ব বিচাৰে তেনেহলে আপুনি তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰিব।

প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোনৰ সহায়ত Google PlayStore লৈ যাব। আপুনি পোনপটীয়াকৈ এই লিংকত Click কৰিব পাৰে।

গুগল প্লেষ্টোৰত যোৱাৰ পিছত আপুনি Search Box ত ক্লিক কৰিব আৰু ইয়াত Microsoft Translator লিখি search কৰিব।

Microsoft Translator App কেনেকৈ ডাউনলোড কৰিব?তাৰ পিছত আপোনাৰ সন্মখত এই অ্যাপটো উপলব্ধ হ’ব। আপুনি Install ত ক্লিক কৰি আপোনাৰ মোবাইল ফোনৰ ডিবাইচত এই অ্যাপটো ইনষ্টল কৰি ল’ব।

Microsoft Translator কেনেকৈ ব্যৱহাৰ কৰিব?

Microsoft Translator ব্যৱহাৰ কৰা একেবাৰে সহজ। ইয়াৰ বাবে প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোনত মাইক্ৰছপ Translator App টো Open কৰিব। এপটো Open কৰাৰ পিছত আপুনি চাৰিটা Option দেখিবলৈ পাব- Voice, Text, Photo আৰু conversation.

Microsoft Translator কেনেকৈ ব্যৱহাৰ কৰিব?Read More Article

MyJio App কি আৰু ইয়াক কেনেদৰে বিনামূলীয়াকৈ ডাউনলোড কৰিব?

GB WhatsApp কি আৰু ইয়াক কেনেকৈ ডাউনলোড কৰিব?

ইয়াৰ ভিতৰত আপুনি যিকোনো এটা বাছনি কৰিব পাৰে আৰু ইয়াত ক্লিক কৰিব। আপুনি ইয়াৰ যিকোনো এটাত ক্লিক কৰাৰ পিছত বাওঁফালে নিজৰ ভাষা বাছনি কৰিব আৰু সোঁফালে অনুবাদ কৰিব বিচৰা ভাষা বাছনি কৰিব। ওপৰত উল্লেখ কৰা ভাষা সমূহৰ ভিতৰত আপুনি যিকোনো ভাষাত অনুবাদ কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি ফটো লৈ ভাষা অনুবাদ কৰিব পাৰে।

সামৰণি (Conclusion)

গতিকে বন্ধু-বান্ধৱীসকল, এইটো আছিল Microsoft Translator কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব? আশা কৰোঁ আপুনি ইয়াৰ বিষয়ে সম্পূৰ্ণ বিৱৰণ পাইছে আৰু আশা কৰিছোঁ যে আপুনি এই প্ৰবন্ধটো ভাল পাব।

যদি আপুনি এই প্ৰবন্ধটো ভাল পায়, ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক আৰু ৱেবছাইট বেল ঘণ্টা অন কৰক যাতে আপুনি অদূৰ ভৱিষ্যতে কোনো প্ৰবন্ধ বাদ নিদিয়ে। কাৰণ আমি আপোনাৰ বাবে প্ৰতিদিনে এনে সহায়ক প্ৰবন্ধ আনি আছো। যদি মাইক্ৰছপ Translator কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব? এই প্ৰবন্ধটোত কোনো সমস্যা আছে, আপুনি আমাক মন্তব্য (Comment) কৰি সুধিব পাৰে, ধন্যবাদ!

LEAVE A REPLY

Please enter your comment!
Please enter your name here