বন্ধু-বান্ধৱীসকল! আজিৰ এই প্ৰবন্ধটোত আমি জানিবলৈ গৈ আছোঁ, Pan Card ৰ লগত কেনেকৈ Aadhaar Card Link কৰিব? (How to link Pan Card With Aadhaar Card in 2021 in Assamese)
যদি আপুনি এতিয়াও আপোনাৰ Pan-Aadhaar Link কৰা নাই তেন্তে অতি সোনকালেই এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰক। আজি আমি আপোনাক দেখুৱাম কেনেকৈ আপুনি পেন-আধাৰ লিংক কৰিব (Pan Card Link With Aadhaar Card)।

আপুনি আপোনাৰ Pan Card ৰ লগত Aadhaar Card, ৩০ জুনৰ (Aadhar pan link last date) আগতেই Link কৰিব লাগিব। ৩০ জুনৰ পিছত পেন কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব যদি Pan Card আৰু Aadhaar Card Link কৰা নহয়, তেন্তে ইয়াৰ বাবে আপুনি জৰিমনা পৰিশোধ কৰিব লাগিব।

How to link Aadhaar with pan card online in Assamese

Pan-Aadhaar link (পেন-আধাৰ লিংক): আপোনাৰ Pan Card আধাৰ কাৰ্ডৰ সৈতে link কৰাটো অতি গুৰুত্বপূৰ্ণ। কিয়নো ৩০ জুনৰ ভিতৰত যদি আপুনি আপোনাৰ আধাৰ-পেন লিংক নকৰে তেন্তে আপোনাৰ পেন কাৰ্ডখন কোনো কামত নাআহিব অৰ্থাৎ নিষ্ক্ৰিয় (deactivate) হৈ যাব।

ইয়াৰ লগতে, আয়কৰ আইনৰ ধাৰা ২৭২B ৰ অধীনত যদি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পেন আৰু আধাৰৰ সৈতে সংযুক্ত নকৰে, তেন্তে আপুনি ইয়াৰ বাবে জৰিমনা পৰিশোধ কৰিব লাগিব। আপোনাৰ পেন কাৰ্ড‌ নিষ্ক্ৰিয় হ’লে কি কি প্ৰভাৱ পৰিব।

Read More Article

Aadhaar PVC Card কেনেকৈ আবেদন কৰিব?

যদি আপোনাৰ পেন কাৰ্ডখন বন্ধ হৈ যায় তেনেহলে আপুনি তলত দিয়া সুবিধা সমূহ উপভোগ কৰিব নোৱাৰিব। যেনে Bank Account Opening, Mutual Funds বা শ্বেয়াৰ ক্ৰয় কৰা, ইয়াৰ উপৰিও আপুনি ৫০,০০০ টকাৰ অধিক লেনদেন কৰিব নোৱাৰে। গতিকে পেন কাৰ্ড সকলোৰ বাবে বাধ্যতামূলক যদি আপুনি ওপৰৰ সুবিধাবোৰ লাভ কৰিব বিচাৰে।

এনে ক্ষেত্ৰত আপুনি এই সকলোবোৰ কাম কৰিব নোৱাৰিব। আপুনি আপোনাৰ Pan Card Status Check কৰিব লাগিব, যাতে আপুনি আপোনাৰ আধাৰৰ লগত Pan Card ৰ সংযোগ কৰা হৈছে নে হোৱা নাই এইটো জানিব‌ পাৰে? (How to check if my Aadhaar and Pan are linked) আৰু যদি লিংক কৰা নহয় তেন্তে ৩০ জুনৰ ভিতৰত কৰিব লাগিব।

Aadhaar Pan link status (পেন-আধাৰ লিংকৰ স্থিতি চাওক)

● আপুনি প্ৰথমে আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browser ৰ সহায়ত e-Filing, Income Tax Department ৰ ৱেবছাইটত Visit কৰক। আপুনি পোনপটীয়াকৈ https://www.incometax.gov.in এই লিংকত ক্লিক কৰিব পাৰে।

● যেতিয়া আপুনি এই ৱেবছাইট Visit কৰিব তেতিয়া আপুনি ‘Our Services Option‘ টো বাছনি কৰি ল’ব।

Aadhaar Pan link status (পেন-আধাৰ লিংকৰ স্থিতি চাওক)

● আপুনি আপোনাৰ Pan-Aadhaar link Status চাবলৈ ‘ Link Aadhaar Status‘ (Know about your Aadhaar pan) ত ক্লিক কৰক।

● আপুনি তাত ক্লিক কৰাৰ লগে লগে পৰৱৰ্তী পৃষ্ঠালৈ লৈ যাব য’ত আপুনি আপোনাৰ Pan Card আৰু Aadhaar Card Number বহুৱাব লাগিব।

● সকলোখিনি details ভালদৰে বহুৱাই ‘View Link Aadhaar Status‘ ত ক্লিক কৰিব লাগিব।

Pan aadhaar link status

● যদি আপোনাৰ Pan Card আৰু Aadhaar Card লিংক আছে তেনেহলে আপুনি ইয়াত তথ্য পাব আৰু যদি লিংক নাথাকে তেন্তে আপুনি তাত কোনো তথ্য নাপাব।

How to link Aadhaar with pan card online step by step? (আধাৰৰ সৈতে পেন সংযোগ কৰাৰ প্ৰক্ৰিয়া) 

How to link pan with Aadhar by SMS? (এছ.এম.এছ. ৰ জৰিয়তে)

আপুনি আপোনাৰ ম’বাইলৰ পৰা SMS ৰ জৰিয়তে Pan-Aadhaar link কৰিব পাৰে। আপুনি ১২ টা অংকৰ আধাৰ নম্বৰ আৰু ১০ অংকৰ পেন নম্বৰ লিখিব লাগিব আৰু ৫৬৭৬৭৮ বা ৫৬১৬১ এইটো নম্বৰত পঠিয়াই দিব লাগিব।

উদাহৰণস্বৰূপে, UIDPAN<SPACE><12 Aadhaar><SPACE><10 PAN>

UIDPAN 123123123123 AAAAK0991A

How can I link my Aadhar card with Pan online? (অনলাইন পদ্ধতি)

● আপুনি প্ৰথমে আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browser ৰ সহায়ত e-Filing, Income Tax Department ৰ ৱেবছাইটত বিজিট কৰক। আপুনি পোনপটীয়াকৈ https://www.incometax.gov.in এই লিংকত ক্লিক কৰিব পাৰে।

● যেতিয়া আপুনি এই ৱেবছাইট বিজিট কৰিব তেতিয়া আপুনি ‘Our Services Option’ টো বাছনি কৰি ল’ব।

how to link pan card with aadhaar card?

● আপুনি আপোনাৰ পেন আধাৰ লিংক কৰিবলৈ ‘Link Aadhaar’ (Link Aadhaar With Pan)ত ক্লিক কৰক।

● আপুনি তাত ক্লিক কৰাৰ লগে লগে নতুন পৃষ্ঠা এটা দেখিব যত আপুনি আপোনাৰ details Fill-up কৰিব লাগিব।

● আপুনি ইয়াত আপোনাৰ পেন কাৰ্ডত থকা নাম, আডাৰ নম্বৰ, আডাৰ কাৰ্ডত থকা আপোনাৰ নাম, মোবাইল নম্বৰ বহুৱাব।

link pan with Aadhaar online

● ইয়াৰ পিছত আপুনি I have only year of birth in Aadhaar Card আৰু I agree to Validate my Aadhaar details ত টিক () চিন দি ‘Link Aadhaar’ ত ক্লিক কৰিব।

● ইয়াৰ পিছত Conformation ৰ Page এটা খুলিব য’ত আপুনি পেন আধাৰৰ লিংক Successful হোৱা দেখিবলৈ পাব।

● যদি আপোনাৰ পেন কাৰ্ড‌ আৰু আডাৰ কাৰ্ডৰ তথ্য একে থাকে তেতিয়া লিংক কৰাটো Successful হোৱা দেখিবলৈ পাব আৰু যদি পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ তথ্য একে নাথাকে তেন্তে এনে ক্ষেত্ৰত লিংক কৰা সম্পূৰ্ণ নহ’ব।

How can I link my Aadhar card with Pan offline? (অফলাইনৰ মাধ্যমত)

PAN Service Provider, NSDL বা UTITLS ৰ সেৱা কেন্দ্ৰলৈ গৈ পেন আৰু আধাৰৰ সংযোগ কৰিব পাৰি। ইয়াৰ বাবে আপুনি ‘Annexure-1’ পত্ৰখন পূৰণ কৰিব লাগিব আৰু কিছুমান প্ৰয়োজনীয় নথি পত্ৰ যেনে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ Xerox Copy দিব লাগিব।

কিন্তু এই প্ৰক্ৰিয়াটো বিনামূলীয়া নহয়। এইটো কৰাৰ বাবে আপুনি এটা নিৰ্ধাৰিত মাচুল পৰিশোধ কৰিব লাগিব। এই মাচুল নিৰ্ভৰ কৰিব লিংক কৰাৰ সময়ত পেন বা আধাৰৰ বিৱৰণ ভূল আছে না নাই তাৰ ওপৰত।

সামৰণি (Conclusion)

গতিকে বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল Pan Card ৰ লগত কেনেকৈ Aadhaar Card Link কৰিব? (How to link Pan Card With Aadhaar Card in 2021), মই আশা কৰোঁ আপুনি Pan Card ৰ লগত কেনেকৈ Aadhaar Card Link কৰিব?, বুজি পাইছে আৰু আপুনি এই প্ৰবন্ধটো ভাল পাব, যদি আপুনি এই প্ৰবন্ধটো ভাল পায়।

আপুনি ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিব আৰু ৱেবছাইটৰ বেল ঘণ্টাও (Bell Icon) অন কৰিব যাতে আপুনি অদূৰ ভৱিষ্যতে কোনো প্ৰবন্ধ বাদ নিদিয়ে কাৰণ আমি আপোনাৰ বাবে প্ৰতিদিনে এনে সহায়ক প্ৰবন্ধ আনি আছো। যদি আপোনাৰ এই প্ৰবন্ধটোত কোনো সমস্যা আছে Pan Card ৰ লগত কেনেকৈ Aadhaar Card Link কৰিব?, আপুনি আমাক মন্তব্য (Comment) কৰি সুধিব পাৰে, ধন্যবাদ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here