বন্ধু-বান্ধৱীসকল, আজিৰ এই পোষ্টত আমি জানিবলৈ গৈ আছোঁ, Pan Card ৰ Status অনলাইনত কেনেকৈ Check কৰিব? যদি আপুনি ইতিমধ্যে Pan Card ৰ বাবে আবেদন কৰিছে আৰু আপুনি জানিবলৈ বিচাৰিছে আপোনাৰ পেন কাৰ্ড‌ বনোৱা হৈছে না নাই?

এই ক্ষেত্ৰত আপুনি আপোনাৰ Pan Card ৰ Status অনলাইনত চেক কৰিব পাৰে। আজিৰ সময়ত পেন কাৰ্ডৰ ব্যৱহাৰ প্ৰায় সকলো ঠাইতে অনিবাৰ্য কৰি দিছে। আজিৰ সময়ত Pan Card ৰ ব্যৱহাৰ বেংকৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ Financial ক্ষেত্ৰত প্ৰয়োজন হয়। গতিকে বৰ্তমান সময়ত আপোনাৰ ওচৰত এটা পেন কাৰ্ড থকা অত্যন্ত প্ৰয়োজনীয়।

Pan Card ৰ বিষয়ে অলপ ধাৰণা

Pan Card ক সাধাৰণতে স্থায়ী একাউণ্ট নম্বৰ (Permanent Account Number) বুলিও জনা যায়। ইয়াত আমি জানিবলৈ চেষ্টা কৰিম Pan Card ৰ Status অনলাইনত কেনেকৈ Check কৰিব? যদি আপুনি আপোনাৰ পেন কাৰ্ডৰ স্থিতি চেক কৰিব বিচাৰে তেন্তে আপুনি সঠিক পোষ্টটো পঢ়ি আছে। Pan Card হৈছে ১০ অংকৰ এক স্থায়ী একাউণ্ট নম্বৰ যি আয়কৰ দাতাক (Indian Income Tax Department) চিনাক্ত কৰাত সহায় কৰে।

Read More Article

Pan Card ৰ লগত কেনেকৈ Aadhaar Card Link কৰিব?

Aadhaar PVC Card কেনেকৈ আবেদন কৰিব?

Pan Card ৰ ব্যৱহাৰ কৰযোগ্য পেছাদাৰীৰ মাচুল, বেঙ্ক একাউণ্ট খোলা, সম্পত্তি ক্ৰয় বা বিক্ৰী আদিৰ ক্ষেত্ৰত প্ৰয়োজন হয়। Pan Card ৰ স্থিতি কেনেকৈ চেক কৰিব? সেইটোৰ‌বাবে আজিৰ এই প্ৰবন্ধটোত শেষ লৈকে পঢ়িব।

আমাৰ দেশত চৰকাৰে আয়কৰ পৰিশোধ (Pay Income Tax) কৰাৰ আৰু কৰ (Tax) ফাঁকি দিয়াৰ পৰা ৰক্ষা কৰিবলৈ সিদ্ধান্ত লৈছে য’ত প্ৰতিজন বেঙ্ক একাউণ্ট থকা ব্যক্তি আৰু বেঙ্কত নতুন একাউণ্ট খুলিবলৈ আপোনাৰ ওচৰত পেন কাৰ্ড থাকিব লাগিব।

যদি আপুনি ৫০,০০০ ৰ ওপৰৰ লেনদেন কৰে তেনেহলে আপোনাৰ ওচৰত এটা পেন কাৰ্ড থকাৰ প্ৰয়োজন হ’ব। পেন কাৰ্ড আপোনাৰ পৰিচয় পত্ৰৰ হিচাপে অতি উপযোগী। যদি আপুনি পেন কাৰ্ডৰ স্থিতি চেক কৰিব বিচাৰে তেন্তে আপুনি তলৰ পদক্ষেপবোৰ অনুসৰণ কৰক।

NSDL Website ৰ সহায়ত কেনেকৈ পেন কাৰ্ডৰ Status Check কৰিব?

যদি আপুনি NSDL Website ৰ সহায়ত পেন কাৰ্ডৰ স্থিতি চেক কৰিব বিচাৰে তেনেহলে তলৰ পদক্ষেপবোৰ অনুসৰণ কৰক।

● প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browserৰ সহায়ত এন.এছ.ডি.এলৰ ৱেবছাইটলৈ যাব লাগিব।

● Https://tin.tin.nsdl.com/pantan/StatusTrack.Html ত ক্লিক কৰক। যিয়ে আপোনাক অনলাইনত Pan Card Status Check কৰিবলৈ অনুমতি দিব।

● এতিয়া আপোনাৰ সন্মুখত এটা পৃষ্ঠা খুলি যাব য’ত আপুনি আপোনাৰ কিছুমান তথ্য বহুৱাব লাগিব যেনে- এপ্লিকেচন প্ৰকাৰ (Application Type) – ইয়াত পেন-নিউ/চেঞ্জ অনুৰোধ (New Pan/Change Request) বাছনি কৰক।

● স্বীকৃতি নম্বৰ (Acknowledgement Number) – ইয়াত আপুনি আপোনাৰ পেন কাৰ্ডৰ স্বীকৃতি নম্বৰ সন্নিবিষ্ট কৰিব লাগিব বা বহুৱাই দিব লাগিব।

● এই সকলোবোৰ তথ্য পূৰণ কৰাৰ পিছত, আপুনি তলত কেপচা এণ্টাৰ (Captcha  Code) কৰিব লাগিব আৰু Submit ত ক্লিক কৰিব লাগিব।

● Submit বুটামত ক্লিক কৰাৰ পিছত, এটা পৃষ্ঠা খুলিব য’ত আপুনি Pan Card Status, Pan Card Location, Pan Card Number আদিৰ বিষয়ে তথ্য প্ৰাপ্ত কৰিব।

NSDL pan Card Status Check● আপুনি পেন কাৰ্ড অনুসন্ধান নম্বৰ (Pan Card Helpline Number) ০২০২৭২১৮০৮০ ৰ সহায়ত NSDL ৰ পৰাও তথ্য প্ৰাপ্ত কৰিব পাৰে।

UTI Website ৰ সহায়ত কেনেকৈ পান কাৰ্ডৰ স্থিতি চেক কৰিব?

আপুনি আপোনাৰ Pan Card ৰ Status Check ইউ.টি.আই ৱেবছাইটৰ সহায়ত কৰিব পাৰে। ইয়াৰ বাবে আপুনি তলৰ পদক্ষেপবোৰ অনুসৰণ কৰিব পাৰে।

● প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ ব্ৰাউজাৰত UTI Website টো খুলিব লাগিব।

https://www.trackpan.utiitsl.com/ ত ক্লিক কৰক। যিয়ে আপোনাক অনলাইনত Pan Card Status Check কৰিবলৈ অনুমতি দিব।

● যেতিয়া আপুনি ৱেবছাইটো খুলিব তেতিয়া আপোনাক কিছুমান তথ্য প্ৰবিষ্ট কৰিব লাগিব যেনে এপ্লিকেচন কুপন নম্বৰ, পেন নম্বৰ, জন্ম তাৰিখ, আৰু তাৰ পিছত Captcha Code এণ্টাৰ কৰি Submit বুটামত ক্লিক কৰিব লাগিব। যদি আপুনি Pan Card Status Check কৰিব বিচাৰে তেন্তে এই পদক্ষেপবোৰ ভালদৰে অনুসৰণ কৰক।

● আপোনাক Pan Card ৰ Application Coupon Number সুধিব যিটো আপোনাক আৱেদন কৰোঁতে দিয়া হৈছিল। আপুনি এই নম্বৰৰ জৰিয়তে আপোনাৰ Pan Card Track কৰিব পাৰে।

● এতিয়া এই পৃষ্ঠাত আপুনি আপোনাৰ Pan Card ৰ বিষয়ে সকলো তথ্য প্ৰাপ্ত কৰিব যেনে Pan Card Status, Pan Card Number, আৰু বহুতো তথ্য। আপুনি কাকো নোসোধাকৈ অনলাইনত পেন কাৰ্ড বিচাৰিব পাৰে। Pan Card Status Check এই পদ্ধতিটো যথেষ্ট সৰল।

UTITLS PANN CARD STATUS CHECK ONLINEApplication/App ৰ সহায়ত কেনেকৈ Pan Card Status Check কৰিব?

যদি আপুনি মোবাইল এপ্লিকেচনৰ সহায়ত আপোনাৰ Pan Card Status Check কৰিব বিচাৰে তেন্তে আপুনি নিম্নলিখিত পদক্ষেপবোৰ অনুসৰণ কৰক।

Application/App ৰ সহায়ত কেনেকৈ Pan Card Status Check কৰিব?● প্ৰথমে আপুনি গুগল প্লেষ্টোৰৰ (Google Play Store) পৰা PAN Card Tracker ৰ এপ্লিকেচনটো Download কৰি আপোনাৰ মোবাইল ফোনত ইনষ্টল কৰিব লাগিব।

● ইয়াত আপুনি Pan Card Status Check কৰিবলৈ ‘Pan Card Status Check’ত ক্লিক কৰিব। আপুনি পেন কাৰ্ডৰ স্থিতি, নম্বৰ আদি পৰীক্ষা কৰিব পাৰে আৰু Pan Card Services আপুনি নতুন পেন কাৰ্ড (New Pan Card) এখন পাবলৈও আবেদন কৰিব পাৰে। ইয়াত আপুনি অনলাইনত পেন কাৰ্ডত ক্লিক কৰিব লাগিব।

● তাৰ পিছত NSDL ৱেবছাইটৰ ৱেব পৃষ্ঠা খুলি যাব য’ত আপুনি কিছুমান তথ্য পূৰণ কৰিব লাগিব আৰু ইয়াৰ পিছত আপোনাৰ পেন কাৰ্ডৰ স্থিতি আপোনাৰ সন্মুখত আহি পৰিব।

সামৰণি (Conclusion)

গতিকে বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল Pan Card ৰ Status অনলাইনত কেনেকৈ Check কৰিব? মই আশা কৰোঁ আপুনি Pan Card ৰ Status অনলাইনত কেনেকৈ Check কৰিব? বুজি পাইছে আৰু আপুনি এই প্ৰবন্ধটো ভাল পাব, যদি আপুনি এই প্ৰবন্ধটো ভাল পায়।

আপুনি ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিব আৰু ৱেবছাইটৰ বেল ঘণ্টাও (Bell Icon) অন কৰিব যাতে আপুনি অদূৰ ভৱিষ্যতে কোনো প্ৰবন্ধ বাদ নিদিয়ে কাৰণ আমি আপোনাৰ বাবে প্ৰতিদিনে এনে সহায়ক প্ৰবন্ধ আনি আছো। যদি আপোনাৰ এই প্ৰবন্ধটোত কোনো সমস্যা আছে Pan Card ৰ Status অনলাইনত কেনেকৈ Check কৰিব?, আপুনি আমাক মন্তব্য (Comment) কৰি সুধিব পাৰে, ধন্যবাদ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here