বন্ধু-বান্ধৱীসকল প্ৰথমে আপোনাকক স্বাগতম জনাইছো আমাৰ এই ৱেবছাইটত বিজিট কৰাৰ বাবে আৰু লগতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান সময়ত PRC অৰ্থাৎ Permanent Residence Certificate ৰ গুৰুত্ব প্ৰায় সকলো ক্ষেত্ৰত দেখা যায়।
ইয়াক আপুনি চৰকাৰী চাকৰিৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ নথি পত্ৰ হিচাপে প্ৰয়োজন হয়। বৰ্তমান সময়ত আপুনি PRC বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অবিহনে কিছুমান চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰে। ই হৈছে এক গুৰুত্বপূৰ্ণ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বা নথি পত্ৰ, যিটো অসম চৰকাৰে প্ৰদান কৰে।
Table of Contents
PRC কি?
নিৰ্দেশনা, প্ৰক্ৰিয়া, সময় সীমা অনুসৰি জিলাখনৰ উপায়ুক্তই Permanent Residence Certificate (PRC) জাৰী কৰে। Permanent Residence Certificate বা PRC শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে ব্যৱহাৰ কৰা হয়। PRC (স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ) হৈছে নিৰ্দিষ্ট ৰাজ্যৰ এজন ব্যক্তিৰ স্থায়ী বাসস্থানৰ প্ৰমাণ পত্ৰ।
বন্ধু-বান্ধৱীসকল, আজিৰ এই প্ৰবন্ধটোৰ জৰিয়তে আমি জানিবলৈ গৈ আছোঁ, PRC বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ কেনেকৈ অনলাইনত আবেদন কৰিব, ইয়াৰ যোগ্যতা কি আৰু ইয়াৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ’ব। গতিকে সময় নষ্ট নকৰি আহক এই বিষয়ে জানি লওঁ।
Eligibility Criteria for Permanent Residence Certificate
ব্যৱস্থা আৰু নিয়ম অনুসৰি, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ (PRC) বাবে আবেদন কৰাৰ বাবে কিছুমান যোগ্যতা আছে। PRC ৰ বাবে আবেদন কৰাৰ যোগ্যতাৰ চৰ্তবোৰ নিম্নলিখিত ধৰণৰ :-
- আবেদনকাৰী এজন ভাৰতীয় নাগৰিক হ’ব লাগিব।
- আবেদনকাৰীৰ অভিভাৱক বা পূৰ্বপুৰুষ অসম ৰাজ্যত নিম্নতম ৫০ বছৰৰ বাবে স্থায়ী বাসিন্দা হ’ব লাগিব।
- আবেদনকাৰীয়ে নিম্নতম ২০ বছৰৰ ধৰি অসমত বাস কৰা হ’ব লাগিব।
- যদি কোনো আবেদনকাৰীয়ে ওপৰোক্ত সকলো যোগ্যতা পূৰণ কৰে তেন্তে তেওঁ তেওঁৰ সন্তানৰ বাবেও আবেদন কৰিব পাৰে।
Documents Required for PRC
Permanent Residence Certificate আবেদন কৰাৰ বাবে নিম্নলিখিত প্ৰমাণপত্ৰ পত্ৰবোৰৰ প্ৰয়োজন –
- Passport Size photograph (আবেদনকাৰীৰ পাছপোৰ্ট ছাইজ ফটো)
- Records of Immovable Property ( মাটিৰ খাজনাৰ ৰচিদ)
- Indian Passport or Certified copy of the NRC 1951
- Voter list ( আবেদনকাৰীৰ ভোটৰ তালিকা)
- Birth Certificate ( জন্মৰ প্ৰমাণপত্ৰ)
- Copy of HSLC certificate/ Admit Card
- PRC of any member of the family ( যদি আবেদনকাৰীৰ পৰিয়ালৰ যিকোনো এজনৰ PRC থাকে তেন্তে আপলোড কৰিব পাৰে, এইটো বাধ্যতামূলক নহয়।)
- Employment Certificate ( যদি আবেদনকাৰীয়ে কৰ্মৰত অৱস্থাতে থাকে তেন্তে তেওঁ/তাইৰ Employment Certificate আপলোড কৰিব পাৰে কিন্তু এইটো বাধ্যতামূলক নহয়।)
- Application Form for PRC ( এইটো আপুনি Google ৰ ডাউনলোড কৰিব পাৰে।)
- Address Proof হিচাপে আপুনি তলৰ প্ৰমাণপত্ৰ সমূহ আপলোড কৰিব পাৰে।
- Voter ID
- Aadhaar Card
- Ration Card
- Electricity Bill
- Driving Licence
- Bank Passbook
- LPG bill
- Documents related to parents and forefathers having continuously resided in Assam for a minimum period of 50 years
Or
Documents related to guardian having continuously resided in Assam for a minimum period of 20 years.
How to Apply PRC Online Assam?
যিসকল প্ৰাৰ্থীয়ে অনলাইন পদ্ধতিৰ জৰিয়তে Permanent Residence Certificate ৰ বাবে আবেদন কৰিব বিচাৰে, সেইসকলে অসম চৰকাৰৰ ‘e-District’ বিভাগৰ অফিচিয়েল ৱেবছাইটত নিজৰ নাম প্ৰথমে পঞ্জীয়ন কৰিব লাগিব।
বন্ধু-বান্ধৱীসকল যদি আপুনি কম সময়ৰ ভিতৰতে আৰু কম খৰছত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লাভ কৰিব বিচাৰে তেন্তে আপুনি তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰিব।
• প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browser ৰ সহায়ত ‘e-District’ ৰ অফিচিয়েল ৱেবছাইটত বিজিট কৰিব। আপুনি তলৰ Important links ত সকলো ৱেবচাইটৰ link পাব।
• ৱেবছাইটত বিজিট কৰাৰ পিছত আপুনি ‘Create Account’ ত ক্লিক কৰি আপোনাৰ নাম, Screen Name (উদাহৰণস্বৰূপে- techinassamese বা আপোনাৰ নিজৰ নাম বহুৱাই দিব), ইমেইল আইডি, লিংগ, জন্মৰ তাৰিখ, মোবাইল নম্বৰ আৰু Captcha Code বহুৱাই Save ক্লিক কৰিব।
• ইয়াৰ পিছত আপোনাৰ ইমেইল আইডিত এটা Password লাভ কৰিব যিটো login কৰাৰ সময়ত প্ৰয়োজন হ’ব।
• Registration সম্পূৰ্ণ হোৱাৰ পিছত আপুনি ইমেইল আইডি আৰু Password বহুৱাই login কৰিব। ইয়াৰ পিছত আপুনি এটা প্ৰশ্ন বাছনি কৰাৰ Option পাব আৰু প্ৰশ্ন অনুসৰি আপুনি উত্তৰ দি ‘Save’ ত ক্লিক কৰিব।
তলত আপুনি Permanent Residence Certificate আবেদন কৰাৰ link পাব, তাত ক্লিক কৰিব আৰু ইয়াৰ পিছত আপুনি ‘eGovernance Services‘ ক্লিক কৰিব লাগিব। (যদি কোনো ধৰণৰ error দেখা পায় তেন্তে এনে ক্ষেত্ৰত আপুনি Advanced ক্লিক কৰিব)
• এতিয়া আপুনি ‘Email Address’ আৰু ‘Username/Screen Name’ বহুৱাই Login ত ক্লিক কৰিব।
ইয়াৰ পিছত আপুনি ‘Search E-Forms by Title’ ত ক্লিক কৰি ‘Permanent Residence Certificate’ বিকল্পটো বাছনি কৰি ‘Go’ ত ক্লিক কৰিব আৰু লগে লগে Online আবেদন কৰাৰ Option টো পাব, আপুনি ‘Submit Online’ ত তাত ক্লিক কৰিব।
• ইয়াৰ পিছত আপোনাৰ সন্মূখত Application Form টো ওলাই আহিব, যত Applicant’s details, Permanent Address, Residential Address আৰু PRC Related Information বহুৱাই দিব।
• অৱশেষত আপুনি প্ৰয়োজনীয় নথি পত্ৰ আপলোড কৰি Payment কৰি দিব আৰু ইয়াৰ লগতে Acknowledgments Receipt টো ডাউনলোড কৰি ৰাখি দিব, যিটো পিছত প্ৰয়োজন হ’ব।
Important Links for Permanent Residence Certificate
e-District Registration | Click here |
PRC Application Form | Click here |
PRC Apply Online | Click here |
Our Educational Website | Click here |
FAQs
PRC ৰ সম্পূৰ্ণ অৰ্থ কি?
PRC ৰ সম্পূৰ্ণ অৰ্থ হৈছে Permanent Residence Certificate বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ।
Permanent Residence Certificate ৰ বাবে অনলাইনত কিমান টকা মাছুল পৰিশোধ কৰিব লাগে?
যদি আপুনি ঘৰত বহি অনলাইনত Permanent Residence Certificate ৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে ইয়াৰ বাবে আপুনি ৩০ টকা মাছুল হিচাপে পৰিশোধ কৰিব লাগে।
Permanent Residence Certificate কিয় প্ৰয়োজন হয়?
বৰ্তমান সময়ত Permanent Residence Certificate ৰ প্ৰয়োজন প্ৰায় সকলো ক্ষেত্ৰত দেখা যায়, যেনে- উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত, চৰকাৰী চাকৰিৰ আবেদনৰ ক্ষেত্ৰত, ইত্যাদি।
সামৰণি (Conclusion)
গতিকে বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল Permanent Residence Certificate আবেদন কৰাৰ প্ৰক্ৰিয়া। মই আশা কৰোঁ আপুনি Permanent Residence Certificate আবেদন কৰাৰ প্ৰক্ৰিয়াটো বুজি পাইছে আৰু আপুনি এই প্ৰবন্ধটো ভাল পাব, যদি আপুনি এই প্ৰবন্ধটো ভাল পায়।
আপুনি ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিব আৰু ৱেবছাইটৰ বেল ঘণ্টাও (Bell Icon) অন কৰিব যাতে আপুনি অদূৰ ভৱিষ্যতে কোনো প্ৰবন্ধ বাদ নিদিয়ে কাৰণ আমি আপোনাৰ বাবে প্ৰতিদিনে এনে সহায়ক প্ৰবন্ধ আনি আছো। যদি আপোনাৰ এই প্ৰবন্ধটোত কোনো সমস্যা আছে, আপুনি আমাক মন্তব্য (Comment) কৰি সুধিব পাৰে, ধন্যবাদ।
Read More Article
• Health ID Card কেনেকৈ অনলাইনত আবেদন কৰিব?
• কেনেকৈ অনলাইনত Employment Exchange Registration Certificate ৰ বাবে আবেদন কৰিব?
https://techinassamese.com
Eusub Ali Khan is the Author & Owner of TechinAssamese.com. My name is Eusub Ali Khan as you already know, you call me a Website designer, Content writer and blogger. I completed my bachelor’s degree in B.A (Economics). I have completed my course in Computer & Enrichment. I love to share my technical knowledge with people. Thank You!