Tag: Jio Phone ত WhatsApp ব্যৱহাৰ কৰাৰ আন এটা উপায়
বন্ধু-বান্ধৱীসকল, আজিৰ এই প্ৰবন্ধটোত আমি জানিবলৈ গৈ আছোঁ, Jio Phone ত WhatsApp কেনেকৈ ব্যৱহাৰ কৰিব? আজিৰ সময়ত প্ৰায় সকলোৰে ঘৰত Jio Moblie Phone আছে। শেহতীয়া আপডেটৰ (last Update) পিছত WhatsApp চলাবলৈ এটা নতুন সুবিধা দিছে।
Jio Mobile Basic Information
প্ৰতিটো Jio...