বন্ধু-বান্ধৱীসকল, প্ৰথমে আপোনাক আমাৰ আন এটা পোষ্টলৈ স্বাগতম জনাইছো আৰু লগতে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাৰ এই ৱেবছাইটত বিজিট কৰাৰ বাবে। আজিৰ এই পোষ্টটোত আমি জানিবলৈ গৈ আছোঁ, GoDaddy ৰ পৰা কেনেকৈ Domain Name ক্ৰয় কৰিব? যদি আপুনি এটা ভাল কোম্পানীৰ পৰা Domain Purchase কৰিব বিচাৰি আছে, তেনেহলে আপুনি সঠিক পোষ্টটো পঢ়িবলৈ গৈ আছে।

গতিকে আহক আমি জানি লওঁ কেনেকৈ GoDaddy ৰ Step by step অনুসৰণ কৰি Domain ক্ৰয় কৰিব। এই সকলোবোৰ পদক্ষেপ‌ সহজ আৰু সৰল অসমীয়া ভাষা জানিবলৈ গৈ আছে, যাতে কোনো ধৰণৰ সমস্যা নোহোৱাকৈ সকলোৱে বুজি পায়। আপুনি জানেনে অনলাইনত‌ Business আৰু Blogging কৰাৰ বাবে আপোনাৰ ওচৰত Domain থকাৰ প্ৰয়োজন।

ইয়াৰ বাবে প্ৰথমে আপুনি Domain Name ক্ৰয় কৰিব লাগিব। যদি আপুনি ৱেবছাইট বনাবলৈ GoDaddy ৰ পৰা Domain Name কিনিব বিচাৰিছে আৰু ইয়াক ক্ৰয় কৰাত সমস্যা পাই আছে তেনেহলে আপুনি চিন্তা নকৰিব।

Read More Article

Jio Phone ত WhatsApp কেনেকৈ ব্যৱহাৰ কৰিব?

Voter ID Card ৰ বাবে কেনেকৈ অনলাইনত আবেদন কৰিব?

কিয়নো এই পোষ্টটোত আমি সকলো তথ্য ভালদৰে আলোচনা কৰিবলৈ গৈ আছোঁ আৰু লগতে আপোনাৰ মনত উদয় হোৱা সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ আছোঁ। Domain Name ক্ৰয় কৰাৰ আগতে আপুনি Domain সম্পৰ্কীয় সকলো তথ্য জনা উচিত।

Domain Name কি?

ইন্টাৰনেটত যিবোৰ ৱেবছাইট চলি আছে, প্ৰত্যেক ৱেবছাইটৰ বাবে এটা Unique Domain Address আছে অৰ্থাৎ এটা আনটোতকৈ পৃথক, ইয়াক Domain Name বুলি কোৱা হয়। সহজ অৰ্থত Domain হৈছে আপোনাৰ ৱেবছাইটৰ এটা নাম, যিটো গোটেই বিশ্বজুৰি এটাই থাকিব।

যিকোনো ৱেবছাইটৰ বাবে এটা Domain Name আছে যাক ইণ্টাৰনেটৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰি।উদাহৰণস্বৰূপে যদি মই techinassamese.com লওঁ- ইয়াত TechinAssamese হৈছে এটা ডমিন নেম আৰু .com হৈছে ইয়াৰ Domain Extension.

যেতিয়া আপুনি এটা Domain কিনিবলৈ যাব, তেতিয়া আপুনি বিভিন্ন ডমিন এক্সটেন্সন দেখিবলৈ পাব। যেনে- .com, .in, .net, .org, .xyz ইত্যাদি Domain extension বিচাৰি পাব।

ইণ্টাৰনেটত শ শ Domain Extension আছে, ইয়াৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় Domain extension বোৰ তলত উল্লেখ কৰা হ’ল-

.com .gov
.in .edu
.net .co
.org .info
.xyz .biz
.co.in .name
.online .tech

মনত ৰাখিব যে, আপুনি সদায় .com domain extension ক্ৰয় কৰিবলৈ চেষ্টা কৰিব। কিয়নো .com domain extension বহুত জনপ্ৰিয় আৰু লগতে ইয়াক বহুত ব্যৱহাৰ কৰা হয়। যদি আপুনি .com extension ৰ সৈতে Domain Name বিচাৰি পাইছে তেনেহলে আপুনি সেইটো ক্ৰয় কৰি ল’ব আৰু যদি আপুনি .com domain extension বিচাৰি পোৱা তেন্তে এনে ক্ষেত্ৰত আপুনি বাকী Top level domain extension ক্ৰয় কৰি ল’ব পাৰে।

Domain ৰ বিষয়ে আপুনি এটা কথা জনা উচিত যে, আপুনি ইতিমধ্যে পঞ্জীভুক্ত (Registered) হোৱা Domain name Purchase কৰিব নোৱাৰে। অৰ্থাৎ যিটো Domain কোনোবাই ইতিমধ্যে ক্ৰয় কৰি লৈছে এনে ক্ষেত্ৰত আপুনি সেই Domain টো ক্ৰয় বা‌ কিনিব নোৱাৰে।

Domain Name কিয় ক্ৰয় কৰিব?

যদি আপুনি আপোনাৰ ৱেবছাইটো ইণ্টাৰনেটত লাইভ (Live) বা প্ৰকাশ কৰিব বিচাৰে, যাতে সকলোৱে ইণ্টাৰনেটৰ সহায়ত আপোনাৰ ৱেবছাইট ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ পৰা সহায় ল’ব পাৰে। এনে ক্ষেত্ৰত আপুনি এটা Domain Name ক্ৰয় কৰিব লাগিব।

যদিও আপুনি আপোনাৰ ৱেবছাইটটো এটা বিনামূলীয়া Domain আৰু hosting ৰ জৰিয়তে লাইভ কৰিব পাৰে। কিন্তু বিনামূলীয়া ডমেইন ব্যৱহাৰ কৰাটো ক্ষতিকাৰক আৰু Free domain name য়ে আপোনাক বেছি সুবিধা প্ৰদান কৰিব নোৱাৰে আৰু লগতে Google ত Ranking ত সমস্যা দিয়ে। একেভাবে আপুনি Free Hosting ব্যৱহাৰ নকৰিব।

কিয়নো ইয়াত আপুনি বেছি সুবিধা লাভ কৰিব নোৱাৰে আৰু লগতে আপোনাৰ ৱেবছাইটো বহুত সমস্যাত পৰিব। তথাপিও যদি আপুনি Free Domain and hosting ব্যৱহাৰ কৰিব বিচাৰে তেনেহলে এনে ক্ষেত্ৰত আপুনি Google য়ে Provide কৰা blogger Account ব্যৱহাৰ কৰিব পাৰে।

ক্ৰয় কৰা Custom Domainবোৰ বিনামূলীয়া ডমেইনতকৈ বহুত বেছি সুবিধা প্ৰদান কৰে যেনে –

আপুনি ইয়াক যিকোনো কাষ্টম ৱেবছাইটত ব্যৱহাৰ কৰিব পাৰে।

ক্ৰয় কৰা Domain আপোনাক ৱেবছাইট Rank কৰাত সহায় কৰে।

Custom Domain বোৰে আপোনাৰ ৱেবছাইটটো এটা পেছাদাৰী ৱেবছাইটৰ (Professional Website) দৰে দেখুৱায়। অৰ্থাৎ এটা ব্ৰেণ্ডেড ৱেবছাইটৰ দৰে দেখুৱায়।

কাষ্টম ডমেইনবোৰ সহজেই মনত ৰাখিব পাৰে।

Domain Name কৰ পৰা ক্ৰয় কৰিব?

ইন্টাৰনেটত বহুতো ৱেবছাইট আছে যৰ পৰা আপুনি Domain Name Purchase কৰিব পাৰিব। প্ৰায় সকলো ৱেবচাইটত Domain ৰ দাম একেই কিন্তু কিছুমান ৱেবছাইটে আপোনাক অফাৰ আৰু Discount দিয়ে। তলত কিছুমান ৱেবছাইটৰ নাম উল্লেখ কৰা হ’ল যৰ পৰা আপুনি Domain কিনিব পাৰে।

NeamCheap
GoDaddy
Domain.com
Google Domains
BigRock
Sitecountry
Hostinger
IONOS

GoDaddy ৰ পৰা কেনেকৈ Domain Name ক্ৰয় কৰিব?

GoDaddy হৈছে এটা জনপ্ৰিয় আৰু Best Domain Name Provider Website. এই ৱেবছাইটৰ পৰা আপুনি Domain কিনিব পাৰে। যদি আপুনি এই ৱেবছাইটৰ পৰা Domain কিনিব বিচাৰে তেনেহলে তলত উল্লেখ পদক্ষেপসমূহ ভালদৰে অনুসৰণ কৰিব।

প্ৰথমে আপুনি আপোনাৰ মোবাইল ফোন বা কম্পিউটাৰৰ Browser ৰ সহায়ত এই godaddy.com ৱেবছাইটত বিজিট কৰক। আপুনি পোনপটীয়াকৈ https://in.godaddy.com/ এই লিংকত ক্লিক কৰিব পাৰে।

GoDaddy ৱেবছাইটত যোৱাৰ পিছত আপুনি এটা Search Box দেখিবলৈ পাব, য’ত আপুনি ডমিন নেমটো Search কৰিব লাগিব।

GoDaddy Domain Nameযদি আপুনি Search কৰা ডমিন নমটো .com extension ৰে পায় বা উপলব্ধ আছে, তেনেহলে Your domain is Available বুলি এটা মেচেজ আহিব আৰু আপুনি ইয়াক ক্ৰয় কৰাৰ বাবে Add to Card ত ক্লিক কৰিব।

GoDaddy Domain Name Purchaseকিন্তু যদি আপুনি .com domain extension বিচাৰে পোৱা নাই অৰ্থাৎ উপলব্ধ নাই তেন্তে এনে ক্ষেত্ৰত আপুনি অন্যান্য extension দেখিবলৈ পাব য’ত আপোনাৰ পছন্দৰ ডমিন ক্ৰয় কৰিব পাৰে। যিটো ডমিন এক্সটেন্সন আপোনাৰ ভাল লাগে আপুনি সেইটো ক্ৰয় কৰিব পাৰে।

Add to Cart ত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডমিনটো কাৰ্ডত Add হৈ যাব আৰু ইয়াৰ পিছত আপুনি Continue to Cart ত ক্লিক কৰিব লাগিব।

Continue to cart ত ক্লিক কৰাৰ লগে লগে আপোনাক Domain Privacy Protection আৰু Security plans ৰ বিৱৰণ দেখুওৱা হ’ব। যদি আপুনি Domain Privacy Protection ল’ব বিচাৰে তেনেহলে আপুনি দুটা option দেখিবলৈ পাব- Full domain Privacy & Protection আৰু Ultimate Domain Privacy Protection & security, ইয়াৰ পৰা আপুনি বাছনি কৰি ল’ব পাৰে আৰু যদি ল’ব নিবিচাৰে তেনেহলে হ’লে No Thanks ত ক্লিক কৰিব।

Domain Name Privacyএই পেজটোত আপুনি Professional Email ৰ বিকল্পটো দেখিবলৈ পাব। যদি এই সুবিধা লাভ কৰিব বিচাৰে তেন্তে আপুনি ইয়াৰ বাবে পৰিশোধ কৰিব লাগিব। আপুনি ইয়াত No Thanks ত ক্লিক কৰিব পাৰে।

ইয়াৰ পিছত আপুনি Continue to Cart ত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাক আন এটা পেজলৈ লৈ যাব। ইয়াত আপুনি আপোনাৰ ডমিনৰ Year বাছনি কৰি ল’ব অৰ্থাৎ কিমান দিন/বছৰৰ বাবে আপুনি ডমিন কিনিব বিচাৰে। তাৰ পিছত Continue to Checkout ত ক্লিক কৰিব লাগিব।

Domain Name Yearইয়াৰ পিছত আপোনাক GoDaddy ত একাউণ্ট বনাবলৈ ক’ব। আপুনি Facebook, Google আৰু Email Id সহায়ত একাউণ্ট বনাব পাৰে।

GoDaddy একাউণ্টত লগইন হোৱাৰ পিছত আপোনাক পেমেন্ট কৰাৰ বিকল্প দিব। আপুনি ইয়াত Wallets, Net Banking, Debit Card, UPI আৰু Credit card ৰ সহায়ত পেমেন্ট কৰিব পাৰে।

পেমেন্ট সম্পূৰ্ণ হোৱাৰ পিছত GoDaddy ত আপোনাৰ Domain Name purchase Complete হৈ যাব।

FAQs

GoDaddy ৰ পৰা Hosting Purchase কৰিব পাৰি নে?

হয়! আপুনি GoDaddy ৰ পৰা hosting ক্ৰয় কৰিব পাৰে। ইয়াত আপুনি Web Hosting, Business Hosting, WordPress hosting আদি ক্ৰয় কৰিব পাৰে।

GoDaddy ৰ পৰা কিমানটা Domain Name কিনিব পাৰি?

আপুনি GoDaddy ৰ পৰা বহুত Domain Name purchase কৰিব পাৰে, ইয়াত কোনো নিৰ্দিষ্ট তথ্য দিয়া নাই। আপোনাৰ ইচ্ছা অনুসৰি ডমিন ক্ৰয় কৰিব পাৰিব।

GoDaddy ত Paytm ৰ পৰা পেমেন্ট কৰিব পাৰি নে?

হয়! আপুনি GoDaddy ত Paytm ৰ সহায়ত পেমেন্ট কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি Debit Card, Net Banking, UPI আদি ব্যৱহাৰ কৰিব পাৰে।

সামৰণি (Conclusion)

গতিকে বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল GoDaddy ৰ পৰা কেনেকৈ Domain Name ক্ৰয় কৰিব? মই আশা কৰোঁ আপুনি GoDaddy ৰ পৰা কেনেকৈ Domain Name ক্ৰয় কৰিব? বুজি পাইছে আৰু আপুনি এই প্ৰবন্ধটো ভাল পাব, যদি আপুনি এই প্ৰবন্ধটো ভাল পায়।

আপুনি ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰিব আৰু ৱেবছাইটৰ বেল ঘণ্টাও (Bell Icon) অন কৰিব যাতে আপুনি অদূৰ ভৱিষ্যতে কোনো প্ৰবন্ধ বাদ নিদিয়ে কাৰণ আমি আপোনাৰ বাবে প্ৰতিদিনে এনে সহায়ক প্ৰবন্ধ আনিছো। যদি আপোনাৰ এই প্ৰবন্ধটোত কোনো সমস্যা আছে GoDaddy ৰ পৰা কেনেকৈ Domain Name ক্ৰয় কৰিব?, আপুনি আমাক মন্তব্য (Comment) কৰি সুধিব পাৰে, ধন্যবাদ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here